শোকাৱহ ঘটনা! মহানগৰীত গাৰ্ড ৱাল খহি এজন লোকৰ মৃত্যু।

Ghy

মহানগৰীৰ ধীৰেনপাৰাত অঘটন। গাৰ্ড ৱাল খহি এজন লোকৰ মৃত্যু।

1

মৃত্যু হোৱা লোকজনৰ নাম মুক্তাৰ আলী। মৃত লোকজনে কাৰখানাৰ খাদ্য সামগ্ৰী বিতৰণ কৰে। ধীৰেনপাৰাৰ সোণালী পথত সংঘটিত হৈছে এই ঘটনাটো।

2

ঘৰৰ ওপৰত গাৰ্ড ৱাল খহি পৰাৰ ফলত মৃত্যু হয় লোকজনৰ। SDRFয়ে উদ্ধাৰ কৰে লোকজনৰ মৃতদেহ। নেৰানেপেৰা বৰষুণৰ ফলতে এইদৰে খহি পৰে গাৰ্ডৱাল। 

Category
Profile picture for user UB Photos