
সৰুসজাইত বিশ্ব ৰেকৰ্ড গঢ়া বিহুৱা-বিহুৱতীলৈ সুখবৰ। চলিত মাহতেই প্ৰদান কৰা হ'ব ২৫ হাজাৰকৈ টকা। নাম থকা কিন্তু অসুবিধাৰ বাবে ভাগ নোলোৱাসকলেও পাব ১০ হাজাৰকৈ টকা। ২৮ আৰু ২৯ জুনত অনুষ্ঠিত হ'ব মানপত্ৰ-ধন প্ৰদান অনুষ্ঠান। ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা হয় এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
Category
- Log in to post comments