আখৰে আখৰে পালন বিশ্বজিৎ দৈমাৰীৰ উপদেশ! গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ এতিয়া সকলো বহিছে গছৰ তলত

protest

ৰাজ্য তোল-পাৰ লগাইছে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ এষাৰি কথাই। বিদ্যুতৰ খৰছ কমাবলৈ ফেন বন্ধ কৰি সৰ্বসাধাৰণ ৰাইজক গছত তলত বহিবলৈ আহ্বান জনাইছিল বিশ্বজিৎ দৈমাৰীয়ে। ইয়াৰ পিছতে বিৰোধী বিধায়কৰ লগতে অসমবাসীয়েও কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া।

১

দৈমাৰীৰ কথা মানি গৰমৰ বাবে গছৰ তলত বহিল বিধায়ক কমলাক্ষ দে পুৰকায়স্থ। 

১

পৰিয়ালৰ সৈতে গছৰ তলত বহি আহাৰ গ্ৰহণ কৰিলে ৰকিবুল হুছেইনে। 

২ৰিপুণ বৰাইয়ো অধ্যক্ষ গৰাকীৰ পৰামৰ্শ মানি চলিলে। 
আনহাতে সামাজিক মাধ্যমতো কঠোৰ সমালোচনাৰ সন্মুখীন হৈছে বিশ্বজিৎ দৈমাৰী। অসমবাসীৰ মতে বিধানসভাৰ অধ্যক্ষ গৰাকীৰ মুখত এনে বাক্য যুক্তিকৰ নহয়।


 

Category