উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা, কলা শাখাৰ শীৰ্ষ দহত কোন কোন ?

Assam

ঘোষণা কৰা হ'ল উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল। পুৱা ৯ বজাৰ লগে লগে শিক্ষা সংসদে ঘোষণা কৰিলে পৰীক্ষাৰ ফলাফল। ১১টাকৈ ৱেবছাইটত উপলব্ধ হৈছে পৰীক্ষাৰ ফলাফল। কলা শাখাত উত্তীৰ্ণৰ হাৰ ৭০.১২ শতাংশ। বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ ৭৯.৫৭ শতাংশ। আনহাতে, বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ ৮৪.৯৬ শতাংশ। কলা শাখাৰ শীৰ্ষ দহত আছে ১৫ গৰাকী শিক্ষাৰ্থী। নাম সমূহ তলত উল্লেখ কৰা হ'ল-

প্ৰথম স্থান –
সংকল্পজিৎ শইকীয়া (৪৯০), ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও
দ্বিতীয় স্থান –
দিয়া মহন্ত (৪৮৮), ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও
তৃতীয় স্থান –
শ্ৰেয়া সৰকাৰ (৪৮৭), ইনষ্টিটিউচনেল প্ৰাইভেট

চতুৰ্থ স্থান –
শুকলেনমুং চেতিয়া (৪৮৬), ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও

পঞ্চম স্থান –
শ্বেখ ছানিয়া তাছনিম ৰহমান (৪৮২), ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও

ষষ্ঠ স্থান –
কাব্যশ্ৰী শৰ্মা (৪৮১), শংকৰদেৱ একাডেমী , নলবাৰী
সপ্তম স্থান –
কাশ্মিতা শৰ্মা (৪৮০), কৃষ্ণ কান্ত সন্দিকৈ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, বৰপেটা
শ্ববনম শইকীয়া (৪৮০), ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও

অষ্টম স্থান –
প্ৰতীক্ষা ভূঞা (৪৭৯), আনন্দৰাম বৰুৱা একাডেমী, বৰপেটা
দৃষ্টি এনজি বৰ্মন (৪৭৯), আনন্দৰাম বৰুৱা একাডেমী , বৰপেটা
জেৰিফা আহমেদ (৪৭৯), ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও
নৱম স্থান –
কাব্যশ্ৰী দাস (৪৭৭), আনন্দৰাম বৰুৱা একাডেমী, বৰপেটা

দশম স্থান –
কৃষ্টিনা দেৱী (৪৭৬), কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও
মৃন্ময় কুমাৰ বৰা (৪৭৬), ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও
ৰক্তিমা পাটৰ (৪৭৬) ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও

Category