গৰমে দহিছে অসমবাসীক। ৰদৰ প্ৰকোপত দেহা জুৰ পেলাবলৈ কিহৰ সুৱাদ লৈছে আপুনি?

SUN

উৎকট গৰমে দহিছে ৰাজ্য। ৰ'দৰ প্ৰকোপত বাহিৰলৈ ওলাবলৈ চিন্তা কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। আজিৰ দিনটোত উষ্ণতা হৈছে ৩৭ ডিগ্ৰী চেলচিয়াছ। এই উৎকট গৰমত নিজৰ দেহা জুৰ পেলাই ৰাখিবলৈ ভিন্ন জনে সুৱাদ লৈছে শীতল পানীয়ৰ। কোনোবাই যদি সুৱাদ লৈছে নাৰিকল পানীৰ।

1

আন কোনোবাই আকৌ লৈছে নেমু পানীৰ সুৱাদ। মুঠতে ৰদৰ প্ৰকোপত হাহাকাৰ অৱস্থা ৰাজ্যবাসীৰ। পিছে আপুনি কি খাই জুৰ পেলাইছে আপোনাৰ শৰীৰ?

Category