সংকটত মহানগৰবাসী! অনিৰ্দিষ্ট কাললৈ কেইবাটাও স্থানত বন্ধ পানীযোগান

Kharghuli

খাৰঘূলিৰ জলবিস্ফোৰণৰ পিছতে সংকটত মহানগৰবাসী। গুৱাহাটীৰ কেইবাটাও স্থানত অনিৰ্দিষ্টকাললৈ বন্ধ পানীযোগান। ১৫ দিনৰ বাবে গুৱাহাটীৰ ভিন্ন স্থানত বন্ধ পানীযোগান। GS ৰোড, চানমাৰি, বামুণীমৈদাম আৰু শিলপুখুৰীত নাপাব পানী। 

Category
Profile picture for user UB Photos