Kharghuli

খাৰঘূলিৰ জলবিস্ফোৰণৰ পিছতে সংকটত মহানগৰবাসী। গুৱাহাটীৰ কেইবাটাও স্থানত অনিৰ্দিষ্টকাললৈ বন্ধ পানীযোগান। ১৫ দিনৰ বাবে গুৱাহাটীৰ ভিন্ন স্থানত বন্ধ পানীযোগান। GS ৰোড, চানমাৰি, বামুণীমৈদাম আৰু শিলপুখুৰীত নাপাব পানী।