আজি SI জোনমণি ৰাভাৰ মৃত্যুৰ ১১ দিন। গুৱাহাটীৰ দক্ষিণ গাঁৱৰ বাসগৃহত আয়োজন কৰা হৈছে আদ্যশ্ৰাদ্ধ। ৰাভা জনগোষ্ঠীয় নীতি–নিয়মেৰে সমাপণ কৰা হয় শ্ৰাদ্ধ। মাতৃৰ অসুস্থতাৰ মাজতেই জোনমণিৰ বাসগৃহত আয়োজন কৰা হয় আদ্যশ্ৰাদ্ধৰ। ৩১ মে'ত হ'ব ৰাজহুৱা আদ্যশ্ৰাদ্ধ। গুৱাহাটীৰ দক্ষিণ গাঁৱৰ বাসগৃহতে হ'ব ৰাজহুৱা আদ্যশ্ৰাদ্ধ।
উল্লেখ্য যে জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত জাৰী ৰাখিছে CBI য়ে। এতিয়াও পোহৰলৈ অহা নাই সাহসী জোনমণি ৰাভাৰ মৃত্যুৰ ৰহস্য।
Category
- Log in to post comments