
কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ প্ৰায় চাৰি দিন পিছত চূড়ান্ত কৰা হৈছে কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰীৰ নাম। এখন বৈঠকৰ পিছত, সিদ্ধাৰামাইয়াক কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী বনোৱাৰ সিদ্ধান্ত লৈছে কংগ্ৰেছে । ১৮ মে'ত কান্তি ৰাও ষ্টেডিয়ামত অনুষ্ঠিত হ'ব শপত গ্ৰহণ অনুষ্ঠান। এই অনুষ্ঠানত ১০ জন মন্ত্ৰীয়ে মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীৰ সৈতে শপত গ্ৰহণ কৰিব।
Category
- Log in to post comments