গুৱাহাটী আৰ্টিষ্ট গ্ৰিল্ড, চান্দমাৰীত উন্মোচন কৰা হয় লয়াৰ্ছ বুক ষ্টলৰ দ্বাৰা প্ৰকাশিত আৰু ডঃ মল্লিকা কন্দলী প্ৰণীত Mati -Akhara: The Grammer Of Sattriya Dance নামৰ গ্ৰন্থ।
অনুষ্ঠানৰ আঁত ধৰে ডঃ মল্লাবিকা শৰ্মাই। বৰগীতেৰে শুভ উদ্বোধন কৰা হয় অনুষ্ঠানটিৰ।
উপস্থিত থাকে পদ্মশ্ৰী যতীন গোস্বামী, সাহিত্য সভাৰ সভাপতি ডঃ সূৰ্য্য হাজৰিকা, সত্ৰীয়া নৃত্যৰ সাধক গোবিন্দ শইকীয়া। প্ৰাচীন নৃত্য - নাট্য শাস্ত্ৰ , অভিনয় দৰ্পণ , শ্ৰীহস্ত মুক্তাৱালি বৰ্ণিত সমলসমূহক লৈ লিখা হৈছে এই গ্ৰন্থ খন।
Category
- Log in to post comments