ৰাজ্য কঁপাইছে শিশু নিৰ্যাতনৰ কাণ্ডই॥ চিকিৎসক দম্পত্তী ডাঃ ৱালিউল ইছলাম আৰু ডাঃ সংগীতা দত্ত বৰ্তমান আৰক্ষীৰ জিম্মাত॥ শেহতীয়াকৈ শিশুটিৰ স্বাস্থ্য পৰীক্ষাত প্ৰকাশ পাইছে ভয়ংকৰ তথ্য॥ GMCH ত চিকিৎসকৰ দলে স্বাস্থ্য পৰীক্ষা কৰি গোপন ঠাইত আঘাতৰ চিন পাইছে শিশুটিৰ॥ কেৱল এয়াই নহয় প্ৰমাণ পোৱা গৈছে যৌন নিৰ্যাতনৰো॥ এতিয়া প্ৰশ্ন হয় সঁচাকৈয়ে তিনিবছৰীয়া শিশুটিক যৌন নিৰ্যাতন চলাইছিল নেকি চিকিৎসক দম্পত্তিয়ে?
Category
- Log in to post comments