কৃষি বিভাগৰ সঞ্চালক অনন্ত লাল জ্ঞানীৰ বিৰুদ্ধে কঠোৰ ন্যায়ালয়। অনন্ত লাল জ্ঞানীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ নিৰ্দেশ মুখ্য সচিবক। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতো অনন্ত লাল জ্ঞানীয়ে নিবিদা দিছিল পছন্দৰ ঠিকাদাৰক। এই কাৰ্য্যৰ বাবে ইতিমধ্যে আদালতত অনন্ত লাল জ্ঞানীক ভৎসনা কৰিছিল উচ্চ ন্যায়ালয়ে। আজি ন্যায়ালয়ে অনন্ত লাল জ্ঞানীৰ উত্তৰত সন্তুষ্ট নহৈ দিয়ে ব্যৱস্থা ল'বলৈ। দন্তৰ সময়ত অনন্ত লাল জ্ঞানীক নিলম্বনৰো পৰামৰ্শ ন্যায়ালয়ৰ। অন্যথা পদৰ পৰা আতৰাই পদৰ পৰা আতৰাই থবলৈও পৰামৰ্শ।
Category
- Log in to post comments