লোমহৰ্ষক! বনকৰা লোকে ক্ৰিকেট বেটেৰে মৰিয়াই মৰিয়াই হত্যা কৰিলে গৃহস্থক

Murder

তেজপুৰত লোমহৰ্ষক হত্যাকাণ্ড। বনকৰা লোকে হত্যা কৰিলে গৃহস্থক। ঘৰৰ চোতালতে ক্ৰিকেট বেটেৰে মৰিয়াই মৰিয়াই হত্যা। তেজপুৰৰ বাম বেছেৰীয়াত এই চাঞ্চল্যকৰ ঘটনা। অত্যাধিক মদ্যপান কৰি লিপ্ত হৈছিল তৰ্কযুদ্ধত। উপেন নাথ নামৰ ব্যক্তিজনক হত্যা ধীৰেন তাঁতীৰ। হত্যাকাৰী ধীৰেন তাঁতী গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

Category
Profile picture for user UB Photos