বিতৰ্কই লগ এৰা নাই GMCH ক! মৃতদেহৰ পিছত এইবাৰ সলনি হ'ল সন্তান!

GMCH

মৃতদেহৰ পিছত এইবাৰ সন্তানৰ সাল-সলনি॥ বিতৰ্কই লগ এৰা নাই GMCH ক॥ এইবাৰ সলনি কৰা হ’ল সন্তান॥ ল’ৰা সন্তানৰ ঠাইত দিয়া হ’ল কন্যা সন্তান॥২৮ এপ্ৰিলত ভৰ্তি হৈছিল গোৰেশ্বৰ ৰঞ্জুআৰা বেগম ॥ বুধবাৰে জন্ম হৈছিল এটি ল’ৰা সন্তান॥ নিশা ৯.৩০ বজাত দিয়া হ’ল কন্যা সন্তান॥ ঘটনা সন্দৰ্ভত স্পষ্টীকৰণ GMCH কৰ্তৃপক্ষৰ॥
চিকিৎসকৰ ভুলৰ বাবে লিখা হ’ল ল’ৰা বুলি ॥ প্ৰকৃততে ছোৱালীহে জন্ম হৈছিল মহিলাগৰাকীৰ॥ DNA পৰীক্ষা হ’ব মাতৃ আৰু সন্তানৰ॥

Category