চৰকাৰৰ ১লাখ নিযুক্তিৰ লক্ষ্যৰে আৰু এখোঁজ॥ ঘোষণা হ'ল তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল।

Cm

ঘোষণা হ'ল তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল।
ছেবাৰ ৱেবছাইটত উপলব্ধ ফলাফল।১১,৫১০টা পদৰ বাবে অনুষ্ঠিত পৰীক্ষাত উত্তীর্ণ ১১,৩২৪ প্রার্থী।
স্নাতক পদৰ বাবে ৭,৪১৪ গৰাকী প্ৰাৰ্থীক বাছনি
ইয়াৰে সাধাৰণ শ্ৰেণীৰ ৩,৪০৮গৰাকী প্ৰাৰ্থী
OBC ১,৭২৬ গৰাকী, SC ৪৮০ গৰাকী প্ৰাৰ্থীক বাছনি
৭৫১ গৰাকী ST(P), ৩৫৬ গৰাকী ST(H), ৬৮৩গৰাকী EWS প্রার্থীআৰু ২৪৬ গৰাকী PwBD প্রার্থীক বাছনি ।

Category