অন্ত পৰিব অপেক্ষাৰ॥ আজি ঘোষণা হ’ব তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল। দিনৰ ১১ বজাত ঘোষণা হ’ব ফলাফল।১১,৫১০টা পদৰ বাবে ঘোষিত ফলাফল ছেবাৰ ৱেবচাইট www.sebaonline.orgত উপলব্ধ হ'ব। ১১ মে'ত ৰাজ্য চৰকাৰে প্ৰদান কৰিব নিযুক্তি-পত্ৰ।
Category
- Log in to post comments