পত্নীৰ অনুষ্কাৰ জন্মদিনত বিশেষ উপহাৰ বিৰাট কোহলীৰ......

Virat

আজি ৩৫ বছৰীয়া হ'ল বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী  অনুস্কা শৰ্মা। ক্ৰিকেটাৰ বিৰাট কোহলী আৰু অনুস্কা শৰ্মাৰ যুটিটোৱে সকলোকে আকৰ্ষণ কৰে। জনপ্ৰিয় যুটিটো প্ৰায়ে চৰ্চাত থাকে। অভিনেত্ৰী গৰাকীৰ জন্মদিনত ক্ৰিকেটৰ কিং বিৰাটে সামাজিক মাধ্যমত কেইখনমান বিশেষ ফটোৰ সৈতে জন্মদিনৰ বিশেষ শুভেচ্ছা জনায়। কোহলীয়ে লিখে-' তোমাক তোমাৰ মৰমলগা পাগলামিবোৰৰ জৰিয়তে ভালপাওঁ । শুভ জন্মদিন মোৰ সকলো ।'
মোহময়ী অভিনেত্ৰী গৰাকীক  অনুৰাগী সকলেও শুভেচ্ছাৰে উপচাইছে।

Category
Profile picture for user UB Photos