মৰ্মান্তিক! বাঘৰ আক্ৰমণত প্ৰাণ গল এটি ৭ বছৰীয়া নিষ্পাপ শিশুৰ

Tiger

নামৰূপত সংঘটিত হ'ল এক কৰুণ ঘটনা। বাঘৰ আক্ৰমণত প্ৰাণ গল এটি ৭ বছৰীয়া নিষ্পাপ শিশুৰ। নামৰূপ চতিশপুৰ চাহ বাগিছাত সংঘটিত হ'ল এই কৰুণ ঘটনা। শিৱা কেউট নামৰ ৭ বছৰীয়া শিশুটিৰ মৃত্যু হ'ল বাঘৰ আক্ৰমণত। 

Category
Profile picture for user UB Photos