অসমবাসীৰ বাবে ভাল খবৰ! বিশ্ব অভিলেখ গঢ়িলে হেমকোষৰ ব্ৰেইল সংস্কৰণে

Assam Proud Moment

সু খবৰ! হেমকোষৰ ব্ৰেইল সংস্কৰণলৈ গীনিজ অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ খিতাপ। আজি প্ৰতিজন অসমীয়াৰ বাবে গৌৰৱৰ বিষয়। উৎফুল্লিত হৈ পৰিছে দৃষ্টিহীন লোকসকল। বিশ্বৰ সৰ্ববৃহৎ দ্বি ভাষিক ব্ৰেইল অভিধান হিচাপে স্বীকৃতি হেমকোষৰ ব্ৰেইল সংস্কৰণ। 'ব্ৰেইল হেমকোষ' প্ৰকাশকলৈ আনুষ্ঠানিক পত্ৰ। গীনিজ ৱৰ্ল্ড ৰেকৰ্ডে প্ৰদান কৰে এই আনুষ্ঠানিক পত্ৰ। উৎফুল্লিত আৰু গৌৰাৱান্বিত হৈ পৰিছে প্ৰত্যেকজন অসমীয়া।

Category