পুনৰ চৰ্চাত বন্দনা কলিতা। ৰাজ্য কঁপাই যোৱা ডাবল মাৰ্ডাৰৰ মাষ্টাৰ মাইণ্ড আছিল বন্দনা। জেৰাৰ সময়ত কথাৰ সুৰ সলাইছিল বন্দনাই। বিভ্ৰান্ত হৈছিল তদন্তকাৰী আৰক্ষী। মানসিকভাৱে অসুস্থ হোৱাৰ সন্দেহ কৰিছিল বহুতে। কিন্তু মানসিকভাৱে সম্পূৰ্ণ সুস্থ বন্দনা কলিতা। পৰীক্ষাৰ অন্তত ঘোষণা ফৰেণচিকৰ দলৰ। ৰিপ'ৰ্ট মতে বন্দনা মানসিকভাৱে সম্পূৰ্ণ সুস্থ। দিল্লীৰ পৰা আহিছিল ফৰেণচিক বিশেষজ্ঞ। জে’লৰ ভিতৰতে দলটোৱে পৰীক্ষা কৰে বন্দনাক।
Category
- Log in to post comments