অভিনন্দন অসমবাসী। অসমীয়াৰ আৱেগ বিহুৰে জিনিলে বিশ্ব। এক ঐতিহাসিক ক্ষণৰ সাক্ষী হ'ল অসমবাসী। ১১ হাজাৰ ঢুলীয়া-নাচনীয়ে সৰুসজাইত গঢ়িলে বিশ্ব অভিলেখ। গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত অন্তৰ্ভূক্ত হ'ল আমাৰ আৱেগ বিহু। ঢোলৰ গুমগুমনিত কেৱল সৰুসজাইয়ে নহয় কঁপিলে সমগ্ৰ অসম। ঢোল-পেপা গগনাৰ মাতত গাঁৰ নোম শিয়ৰি উঠিছিল অসমবাসীৰ। এক এতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰ'ল প্ৰত্যেকজন অসমীয়া।
Category
- Log in to post comments