অসমবাসীৰ বাবে ভাল খবৰ! অসমৰ গামোচাই আনুষ্ঠানিকভাৱে লাভ কৰিলে GI টেগ

Gamosaa

বিহুৰ প্ৰাকক্ষণত অসমবাসীৰ বাবে সুখৰ খবৰ। অসমৰ গামোচাই আনুষ্ঠানিকভাৱে লাভ কৰিলে GI টেগ। সৰুসজাই ষ্টেডিয়ামত মুখ্যমন্ত্ৰীক অৰ্পণ কৰিলে প্ৰমাণপত্ৰ।  প্ৰমাণ পত্ৰ প্ৰদান কৰিলে ডঃ উন্নত পণ্ডিতে।

Category