পুনৰ খালিস্তানী নেতাৰ ভাবুকি। অসমীয়াক ভাবুকি প্ৰদান খালিস্তানী নেতাৰ। বিহুত বাহিৰত নোলাবলৈ ভাবুকি খালিস্তানী নেতাৰ। প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীত বাধা দিয়াৰ ভাবুকি। আলফাৰে মিলি হিংসাত্মক পৰিস্থিতি সৃষ্টিৰ ভাবুকি। এই ভাবুকি শিখ ফৰ জাষ্টিচ নামৰ সংগঠনটোৰ । ভাবুকি খালিস্তানী নেতা জি এছ পান্নুনৰ । অসমত তৃতীয়বাৰৰ বাবে এই ভাবুকি বাৰ্তা। পুনৰ +919435843741 নম্বৰৰ পৰা আহিছে বাৰ্তা।
Category
- Log in to post comments