আজি দিনটো অসমবাসীৰ বাবে হ'ব এক ঐতিহাসিক দিন। ঢোলৰ গুমগুমনিত কঁপিব অসম! অসমীয়াৰ আৱেগ বিহুৰে জিনিব বিশ্ব। এক ঐতিহাসিক ক্ষণৰ সাক্ষী হ'ব অসমবাসী। ১১ হাজাৰ ঢুলীয়া-নাচনীয়ে বিশ্বৰ বুকুলৈ নিব বিহুক। গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত অন্তৰ্ভূক্ত হ’ব বিহু। বিয়লি ৫ বজাৰ পৰা সৰুসজাইত বিহুৰ বৃহৎ অনুষ্ঠান। এই মধুৰ ক্ষণৰ সাক্ষী হবৰ বাবে আপুনি সাজু নে?
Category
- Log in to post comments