দুঃখবৰ! বোমা বিস্ফোৰণৰ শ্বুটিঙত আহত হ'ল অভিনেতা সঞ্জয় দত্ত। 

Sanjayy

গুৰত্বৰ ভাৱে আহত হ'ল বলীউডৰ মুন্না ভাই। কানাডা ছবি 'KD'ৰ বোমা বিস্ফোৰণৰ শ্বুটিঙত আহত হ'ল অভিনেতা সঞ্জয় দত্ত। বাংগালুৰুত হৈ আছিল ছবিখনৰ শ্বুটিং। 
 

Category