দুঃখবৰ! কাৰ্যালয়লৈ আহি থকাৰ সময়তে চিটি বাছৰ খুন্দাত প্ৰাণ গ'ল সংবাদকৰ্মীৰ

Accident

মহানগৰীৰ বশিষ্ঠত শোকাৱহ পথ দুৰ্ঘটনা। চিটী বাছৰ খুন্দাত প্ৰাণ গ'ল এজন সংবাদকৰ্মীৰ। কাৰ্যালয়লৈ স্কুটীৰে আহি থকাৰ সময়তে চিটি বাছৰ খুন্দাত থিতাতে নিহত হয় সংবাদকৰ্মীজন। নিহত সংবাদকৰ্মীজনৰ নাম মুস্তাক আলম। গুৱাহাটীৰ এটা সংবাদ প্ৰতিষ্ঠানত কৰ্মৰত আছিল মুস্তাক আলম।

Category