পালেহি হেপাঁহৰ ৰঙালী। ৰঙালীক আদৰিবলৈ সাজু অসমবাসী। বিহু বুলি সকলোৱেই নিজৰ পৰিয়াল আৰু বন্ধু-বৰ্গলৈ নতুন কাপোৰ লয়।

বহাগ বিহুত নতুন কাপোৰ লোৱাটো যেন এক পৰম্পৰা। এই বিহুৰ প্ৰাকক্ষণতেই বজাৰত মানুহৰ ভিৰ লাগে। এইবাৰো যেন তাৰ ব্যতিক্ৰম নহয়। আৰু মহানগৰীত বজাৰ বুলি ক'লে সাধাৰণতে ফাঁচী বজাৰতেই প্ৰায় মানুহ যোৱা পৰিলক্ষিত হয়।

ফাঁচী বজাৰত ভৰি দিবলৈয়ে ঠাই নোহোৱা হৈছে বিগত দিন কেইটাত। পিছে আপুনি বিহুৰ বজাৰ কৰিলেনে?
Category
- Log in to post comments