ৰঙালী বিহুৰ প্ৰাকক্ষণত অসমবাসীলৈ ভাল খবৰ! অসম সন্তান ডঃ ৰূপম জ্যোতি শৰ্মাক হোৱাইট হাউছৰ প্ৰেচিডেন্সিয়েল ইনোভেচন ফেল' আৰু স্বাস্থ্য গৱেষণা সংস্থাৰ জ্যেষ্ঠ উপদেষ্টা হিচাপে নিযুক্তি

Good News

অসমবাসীলৈ ভাল খবৰ। আমেৰিকাৰ নিৱাসী তথা অসমৰ সু-সন্তান ডঃ ৰূপম জ্যোতি শৰ্মাক হোৱাইট হাউছৰ প্ৰেচিডেন্সিয়েল ইনোভেচন ফেল' আৰু স্বাস্থ্য গৱেষণা সংস্থাৰ জ্যেষ্ঠ উপদেষ্টা হিচাপে নিযুক্তি। মঙলবাৰে মাৰ্কিন ৰাষ্ট্ৰপতিৰ প্ৰথম অসমীয়া ইনোভেচন ফেল' হিচাপে শপত গ্ৰহণ কৰে ডঃ ৰূপম জ্যোতি শৰ্মাই। বহাগ বিহুৰ প্ৰাকক্ষণত এই সু-খবৰে সমগ্ৰ অসমবাসীলৈ কঢ়িয়াই আনিছে আনন্দ। ১৪ এপ্ৰিল, বিহুৰ দিনা হোৱাইট হাউছৰ আদৰণি অনুষ্ঠানত অংশ লব অসমৰ সু সন্তান গৰাকীয়ে।

Category