ডিব্ৰুগড়লৈ সুখৰ বতৰা লৈ আহিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ !

Amit Shah

আজি ডিব্ৰুগড়লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। অৰুণাচল ভ্ৰমণ সামৰি ডিব্ৰুগড়ত উপস্থিত হ’ল গৃহমন্ত্ৰী। মোহনবাৰী বিমানবন্দৰত আদৰণি জনালে মুখ্যমন্ত্ৰীয়ে। মানকটা খেলপথাৰত জনসভাত অংশ গ্ৰহণ শ্বাহৰ। স্থাপন কৰিব বিজেপিৰ নতুন কাৰ্যালয়ৰ আধাৰশিলা। 

Category