পুনৰ অসমবাসীলৈ গৌৰৱ কঢ়িয়াই আনিলে ধিং এক্সপ্ৰেছ হিমা দাসে। বাংগালুৰুত অনুষ্ঠিত ৩য় ইণ্ডিয়ান গ্ৰাণ্ড প্ৰিক্সত হিমা দাসে লাভ কৰিলে সোণৰ পদক। মহিলাৰ ২০০মিটাৰ দৌৰত ২৩.৭৭ ছেকেণ্ডৰে সোণৰ পদক অৰ্জন ধিং এক্সপ্ৰেছৰ। বাংগালুৰুৰ কান্টেৰভা ষ্টেডিয়ামত অনুষ্ঠিত এই প্ৰতিযোগিতা। হিমা দাসৰ এই সফলতাত গৌৰাৱান্বিত অসমবাসী।
Category
- Log in to post comments