পুনৰ শীৰ্ষ বিষয়াৰ অত্যাচাৰ আৰু আক্ৰমণৰ বলি হ'ল গৃহৰক্ষী জোৱান। বোকাখাত মহকুমা আৰক্ষী বিষয়া, IPS ৰেনুকুন্তলা শীতল কুমাৰে এগৰাকী গৃহৰক্ষী জোৱানক বুকুত শিলগুটি মাৰি আহত কৰাৰ গুৰুতৰ অভিযোগ উঠিছে। গেট খোলাত পলম হোৱাৰ বাবেই বিষয়াগৰাকীয়ে এই কাণ্ড সংঘটিত কৰে। গৃহৰক্ষী জোৱানজনক আক্ৰমণ কৰাৰ পিছতে পলায়ন কৰে IPS বিষয়াগৰাকীয়ে। JMCHত ভৰ্তি কৰোৱা হয় আহত জোৱান ৰাজু টাইডক ।
Category
- Log in to post comments