ভাল খবৰ! স্মাৰ্ট প্ৰিপেইড মিটাৰৰ আসোঁৱাহ আঁতৰাবলৈ APDCL-এ ল'লে বিশেষ পদক্ষেপ।

APDCL

APDCLএ মুকলি কৰিলে হেল্পলাইন নম্বৰ। আসোঁৱাহ আঁতৰাবলৈ যোগাযোগ কৰিব পাৰিব ১৯১২ নম্বৰত। WWW.apdcl.org বা ‘বিজুলী এপ’ৰ জৰিয়তে কৰিব পাৰিব পঞ্জীয়ন। ফেচবুক আৰু টুইটাৰৰ জৰিয়তেও দিব পাৰিব অভিযোগ। apdclsocialত টেগিঙৰ জৰিয়তেও উত্থাপন কৰিব পাৰিব অভিযোগ। 

Category