পিন্ধিলে পাটৰ সাজ! অসমত বলিউডৰ মোহময়ী অভিনেত্ৰী সংগীতা বিজলানী। 

sa

গুৱাহাটীত উপস্থিত এসময়ৰ বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী, মডেল সংগীতা বিজলানী।

1

প্ৰসিদ্ধ ফেশ্যন ডিজাইনাৰ সংযুক্তা দত্তৰ ফেশ্যন ডিজাইনিঙৰ জগতত দশম বৰ্ষপূৰ্তি উপলক্ষে উপস্থিত থাকে সংগীতা বিজলানী।

4

অসমীয়া পৰম্পৰাগত সাজত দেখা গ'ল বলীউডৰ অভিনেত্ৰীগৰাকীক।

5

শনিবাৰে অভিনেত্ৰী গৰাকী উপস্থিত হয় বেলতলাৰ বশিষ্ঠপূৰত।

6

অসমৰ প্ৰসিদ্ধ ফেশ্যন ডিজাইনাৰ সংযুক্তা দত্তই ফেশ্যন জগতত ১০ বছৰ সম্পূৰ্ণ কৰা উপলক্ষে আয়োজিত বৰ্ষপূৰ্তি অনুষ্ঠানৰ মূল আকৰ্ষণ আছিল অভিনেত্ৰী সংগীতা বিজলানী।
 

Category