সাংস্কৃতিক নগৰী তেজপুৰৰ বাবে সুখবৰ! মুকলি হ'ব ঊষা-অনিৰুদ্ধ স্মৃতি বিজড়িত স্তম্ভ

Tezpur

আজি সাংস্কৃতিক নগৰী তেজপুৰৰ বাবে সুখবৰ। তেজপুৰ আদালত চাৰিআলিত ৰাইজৰ বাবে মুকলি কৰা হ’ব উষা অনিৰুদ্ধ স্মৃতি বিজড়িত স্তম্ভ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ বাবে মুকলি কৰিব স্তম্ভটো । ইতিমধ্যে প্ৰস্তুতি সম্পন্ন কৰা হৈছে । আনহাতে, তেজপুৰৰ নেহৰু ময়দানত বিহুক বিশ্ব ৰেৰ্কডৰ বাবে সাজু কৰা বিহুৱা বিহুৱতীসকলৰ বিহু নৃত্যও পৰিদৰ্শন কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Category
Profile picture for user UB Photos