
তিনিদনীয়া ভ্ৰমণসূচীৰৈ অসমলৈ আহিল ৰাষ্ট্ৰপতি।
আজিৰ পৰা ৮ এপ্ৰিললৈ ৰাষ্ট্ৰপতিৰ অসম ভ্ৰমণ। কাইলৈ অংশ ল’ব কাজিৰঙাৰ গজ মহোৎসৱত।

কাজিৰঙাত জীপ ছাফাৰি, হাতী চাফাৰিৰ আনন্দ ল’ব ৰাষ্ট্ৰপতিয়ে। গুৱাহাটীত শুভাৰম্ভ কৰিব কাঞ্চনজংঘা পৰ্বত অভিযান।
অংশ ল’ব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাৰজত জয়ন্তীত। ৮ এপ্ৰিলত অংশ ল’ব তেজপুৰ বায়ু সেনাৰ অনুষ্ঠানত। ৰাষ্ট্ৰপতিৰ আগমণক লৈ ঠায়ে ঠায়ে ১৪৪ ধাৰা জাৰি।
Category
- Log in to post comments