দুই অসম সন্তানলৈ ৰাষ্ট্ৰপতিৰ পদ্মশ্ৰী সন্মান।
ৰাষ্ট্ৰপতি ভৱনত আড়ম্বৰপূৰ্ণ অনুষ্ঠান। হেমপ্ৰভা চুতীয়া-ৰাম কুইৱাংবে জেনেইক প্ৰদান কৰা হ’ল ২০২৩ বৰ্ষৰ পদ্মশ্ৰী সন্মান। বঁটা প্ৰদান কৰিলে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। মৰাণৰ হেমপ্ৰভা চুতীয়াই তাঁতশালত বৈ উলিয়াইছিল গুণমালা-নামঘোষা। গুৰুজনাৰ বহু অমৰ সৃষ্টিক প্ৰাণ দিছিল শিল্পীগৰাকীয়ে। অসম সন্তান দুগৰাকীৰ এই কৃত্বিত্বত গৌৰাৱান্বিত অসমবাসী।
Category
- Log in to post comments