আজি গুৱাহাটীত প্ৰথমবাৰলৈ অনুষ্ঠিত হৈছে IPL। যোৱা সোমবাৰে পঞ্জাৱ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ খেলুৱৈ সকল আহি উপস্থিত হয় গুৱাহাটীত।
খেলুৱৈসকলে ভৰলু নদীৰ লেতেৰা ৰূপ নেদেখিবৰ বাবে বিভাগীয় কৰ্তৃপক্ষই ল'লে এক বিশেষ পদক্ষেপ!! টিৰপালেৰে ঢাকিলে লেতেৰা ভৰলু নদীক। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ফটো।
Category
- Log in to post comments