প্ৰেমিকাৰ হীল হাতত তুলি ল'লে ছুপাৰষ্টাৰ হৃতিক ৰোশনে! সামাজিক মাধ্যমত সৃষ্টি ব্যাপক প্ৰতিক্ৰিয়াৰ

HR

প্ৰায়ে চৰ্চাত থাকে বলীউডৰ ছুপাৰষ্টাৰ হৃতিক ৰৌশন। এইবাৰ গাৰ্লফ্ৰেণ্ড চাবা আজাদৰ হীল ধৰি চৰ্চাত অভিনেতা গৰাকী। নীতা মুকেশ আম্বানী সাংস্কৃতিক কেন্দ্ৰৰ ফাংশ্যনত (NMACC) অংশগ্ৰহণ কৰিছিল জনপ্ৰিয় যুঁটিটোৱে। কলা ড্ৰেছত হৃতিক ৰোশনে আৰু ৰঙা ড্ৰেছত চাবা আজাদে সকলোৰে চকু কাঢ়ি নিছিল।সমান্তৰালভাৱে সামাজিক মাধ্যমত ভাইৰেল হোৱা এখন বিশেষ ফটোৱে দৃষ্টি কাঢ়ি নিছে সকলোৰে। এই বিশেষ ফটোখনত অভিনেতাগৰাকীয়ে প্ৰেমিকা চাবা আজাদৰ হীল লৈ থকা পৰিলক্ষিত হৈছে। ফটোখন ভাইৰেল হৈ পৰাৰ পিছতেই অনুৰাগী সকলে কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ। কমেন্টেৰে ভৰি পৰিছে সকলোতে। 

Category
Profile picture for user UB Photos