অন্ত পৰা নাই ৰেগিং কাণ্ড! এইবাৰ কনিষ্ঠ ছাত্ৰক মুকলি ফিল্ডত চুঁচৰিবলৈ দি নিৰ্মম প্ৰহাৰ কৰিলে জ্যেষ্ঠ ছাত্ৰই

Regging

এতিয়াও অন্ত হোৱা নাই ৰেগিং কাণ্ড। এইবাৰ গোৱালপাৰাৰ সৈনিক স্কুলত সংঘটিত হ'ল ৰেগিং কাণ্ডৰ ঘটনা। জ্যেষ্ঠ ছাত্ৰই নিৰ্মম প্ৰহাৰ কৰিছিল কনিষ্ঠ ছাত্ৰক। সংবাদ মাধ্যমৰ হাতত ৰেগিঙৰ ভয়ংকৰ দৃশ্য। কনিষ্ঠ ছাত্ৰক মুকলি ফিল্ডত চুঁচৰি চুঁচৰি যাবলৈ দি নিৰ্মম প্ৰহাৰ কৰে জ্যেষ্ঠ ছাত্ৰই। ঘটনা সন্দৰ্ভত DGPক অভিযোগ দিছিল অভিভাৱকে। কিন্তু আৰু কিমান দিনলৈ অসমত সংঘটিত হ'ব ৰেগিং কাণ্ড? নিয়মীয়াকৈ সমাধান হ'ব নে ৰেগিং কাণ্ড?

Category