UB Photos April 03 / 2023 গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত সংঘটিত হ'ল ভয়ংকৰ অগ্নিকাণ্ডৰ। পুৰণি ভৱনৰ প্ৰথম মহলাত সূত্ৰপাত জুইৰ। অগ্নিকাণ্ডৰ ফলত ৰোগী–অভিভাৱকৰ মাজত হাহাকাৰ। ঘটনাস্থলীত উপস্থিত হৈছে অগ্নিনিৰ্বাপক বাহিনী। জুই নিৰ্বাপনৰ চেষ্টা চলাইছে অগ্নিনিৰ্বাপক বাহিনীয়ে। Category News Tags UB Photos UB News Assam Assamese News Log in to post comments