হাতত বেট লৈ জজ ফিল্ডত মুখ্যমন্ত্ৰী!  কোন জিকিব কোন হাৰিব?

Himanta Biswa Sharma

জৰ্জ ফিল্ডত হৈ আছে প্ৰীতি ক্ৰিকেট মেচ।

1

চীফ মিনিষ্টাৰ-১১ বনাম চীফ জাষ্টিচ-১১। খেলুৱৈৰ ৰূপত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী একাদশৰ কেপ্টেইন হিমন্ত বিশ্ব শৰ্মা। দলটোত তৰংগ গগৈ, সুশান্ত বৰগোহাঁই, সুশান্ত বিশ্ব শৰ্মা, ৰূপজ্যোতি কুৰ্মী, DGP জি পি সিং।

df

২০ অভাৰৰ খেলখনক লৈ দৰ্শকৰ মাজত উৎকণ্ঠা। কোন জিকাটো বিচাৰে আপুনি?

Category