ভাল খবৰ! আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসম কন্যা । আজুৰিলে 'Miss Queen Of The World'ৰ খিতাপ

Assam

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসম কন্যা । Miss Queen of the World " প্ৰতিযোগিতাত বিজয়ী অসম কন্যা ।

2

অসম কন্যা কৃষাংগী গৌৰীয়ে আজুৰি আনিলে এই সন্মান। আমেৰিকাৰ নিউ জাৰ্চিত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা ।

1

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সৌন্দৰ্যৰ ক্ষেত্ৰত খিতাপ দখল কৰা উত্তৰ পূ্বাঞ্চলৰ প্ৰথমগৰাকী মহিলা গুৱাহাটীৰ কৃষাংগী গৌৰী। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলি আনন্দিত কৃষাংগী গৌৰী ।

Category
Profile picture for user UB Photos