Google Pay, Phone Pay ব্যৱহাৰকাৰীৰ বাবে দুঃখবৰ! ২ হাজাৰৰ ওপৰত লেন-দেন কৰিলে ভৰিব লাগিব মাচুল

G Pay

পুনৰ জনসাধাৰণক মাধমাৰ চৰকাৰ। কেছলেচ, ডিজিটেল লেনদেনত বৃদ্ধি পালে চাৰ্জ। গুগল পে, ভাৰত পে, ফোন পে, পেটিএমত লাগিব অতিৰিক্ত চাৰ্জ।  ২ হাজাৰতকৈ অধিক টকা পেমেন্ট কৰিলে ভৰিব লাগিব ১.১% ধন। ১ এপ্ৰিলৰ পৰা প্ৰযোজ্য হ'ব এই নিয়ম। PPI লেনদেনৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ'ব এই নিয়ম। UPI ৰ নিয়ম পূৰ্বৰ দৰে থাকিব। UPI ত PPI মাচুল প্ৰয়োগৰ পৰামৰ্শ ভাৰতীয় ৰাষ্ট্ৰীয় পৰিশোধ নিগমৰ। 

Category
Profile picture for user UB Photos