Disqualifed MP! টুইটাৰত পৰিচয় সলনি ৰাহুল গান্ধীৰ

Rahul Gandhi

দুদিন পূৰ্বে  খাৰিজ হৈছিল কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ৷  আজি টুইটাৰত নিজৰ পৰিচয় সলনি কৰিলে গান্ধীয়ে  ৷ ৰাহুল গান্ধীয়ে টুইটাৰৰ BIO ত লিখিলে DISQULIFIED MP৷  আনহাতে ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাক লৈ সমগ্ৰ দেশৰ লগতে অসমতো অব্যাহত আছে প্ৰতিবাদ ৷ কংগ্ৰেছ তথা কংগ্ৰেছৰ ভাতৃ সংগঠন সমূহে সাব্যস্ত কৰিছে প্ৰতিবাদী কাৰ্য্যসূচী ৷ প্ৰতিবাদ আৰু তীব্ৰতৰ কৰি তুলাৰ হুংকাৰ কংগ্ৰেছীৰ।

Category