UB Photos March 24 / 2023 ৰাজ্যত নিষিদ্ধ কৰা হ'ল বহিঃৰাজ্যৰ ব্ৰয়লাৰ, গাহৰি। ছোৱাইন ফ্লুৰ বাবে অসম চৰকাৰৰ এই সিদ্ধান্ত। চৰকাৰী নিৰ্দেশনাক অমান্য অসাধু ব্যৱসায়ীৰ। ৰে’লযোগে আমদানি হৈ আছে বহিঃৰাজ্যৰ গাহৰি। ৰে’ল বিভাগৰ মহাপ্ৰৱন্ধকক স্মাৰক-পত্ৰ প্ৰদানৰ সিদ্ধান্ত Category News Tags UB Photos UB News Assam Assamese News Log in to post comments