UB Photos March 23 / 2023 কৰ ফাঁকিৰে সোণাপুৰত ষ্টাৰ চিমেন্টৰ চলিছে ৰমৰমীয়া বেহা। ষ্টাৰ চিমেন্টত অভিযান চলিছে পৰিবহণ বিভাগৰ। বকেয়া কৰফাঁকিৰে দীৰ্ঘদিন ধৰি ব্যৱসায় চলোৱাৰ অভিযোগ। Category News Tags UB Photos UB News Assam Assamese News Star Cement Log in to post comments