অসমত বাগেশ্বৰ বাবা ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰী। পুৱাই মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি শক্তিপীঠ কামাখ্যা দৰ্শন কৰে আচাৰ্য গৰাকীয়ে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হিন্দু বাঘ আখ্যা ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীৰ। শাস্ত্ৰীয়ে লগতে কয়- ‘যিয়ে সনাতনৰ কথা কয় তেওঁৱেই হিন্দু বাঘ।কাৰোবাৰ সন্দেহ থাকিলে মেৰ পৰা প্ৰমাণ পত্ৰ লওক।‘
আনহাতে তেখেতে মন্তব্য কৰে যে ‘ভাৰত হিন্দু ৰাষ্ট্ৰই হয় মাত্ৰ ঘোষণা কৰিবহে বাকী।‘
Category
- Log in to post comments