জুবিন নটিয়ালৰ নতুন গীত ‘দোতাৰা’ মুক্তিৰ পাছতে ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।গীতটিৰ বিৰুদ্ধে গোৱালপৰীয়া লোকগীতক বিকৃত ৰুপত উপস্থাপন কৰাৰ অভিযোগ উঠিছে। গোৱালপৰীয়া লোকগীত ‘কমলা সুন্দৰী’ ৰ হুবহু ‘দোতাৰা’ গীতটি। লোকগীতৰ তালত উদ্দাম নৃত্য বলিউডৰ অভিনেত্ৰী ম’নি ৰয়ৰ।
Category
- Log in to post comments