অসমত বাগেশ্বৰ বাবা.... মুখ্যমন্ত্ৰীক আৰ্শীবাদ আচাৰ্য গৰাকীৰ !!

Assamese News

অসমলৈ আহিছে বাগেশ্বৰ বাবা খ্যাত পণ্ডিত ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰী।অসমত উপস্থিত হৈয়ে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে আচাৰ্য গৰাকীয়ে। মুখ্যমন্ত্ৰীৰ বাসগৃহত উপস্থিত হৈ মুখ্যমন্ত্ৰীক আৰ্শীবাদ দিয়ে বাগেশ্বৰ বাবাই। আচাৰ্য গৰাকীৰ সৈতে বাৰ্তালাপৰ এক ভিডিঅশ্বেয়াৰ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

HBS


 

হিমন্ত বিশ্ব শৰ্মাক সাক্ষাতৰ পিছতে শক্তিপীঠ কামাখ্যা দৰ্শন কৰে পণ্ডিত ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীয়ে।বাবাক কাষত পাই উৎফুল্লিত হৈ পৰে ভক্তসকল।

Category