UB Photos March 20 / 2023 দেশৰ সকলো উচ্চ ন্যায়ালয়লৈ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ।সকলো হাইকৰ্টে মুকলি কৰিব লাগিব বিশেষ প'ৰ্টেল। তথ্য অধিকাৰ আইনৰ অধীনত এই প'ৰ্টেল। "অনলাইন তথ্য অধিকাৰ আইন পৰ্টেল" হাইকৰ্টৰ বাবে বাধ্যতামূলক হব। অচিৰেই এই প'ৰ্টেল মুকলিৰ নিৰ্দেশ। Category News Tags UB Photos UB News Assam Assamese News Log in to post comments